আজিৰ দিনটোৰ বিশেষত্ব-১৬ জুন

©Admin
0
১৬ জুন (ইংৰাজী: 16 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৭তম (অধিবৰ্ষত ১৬৮তম) দিন। বছৰ শেষ হ'বলৈ ১৯৮ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
⭕ আনন্দৰাম ঢেকিয়াল ফুকন স্মৃতি দিৱস।১৮৫৯ চনৰ আজিৰ দিনটোতেই অসমৰ আধুনিক যুগৰ অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হৈছিল।
⭕১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা,তথা সমাজ সংগঠক মিথুন চক্ৰৱৰ্তীৰ জন্ম হৈছিল।
⭕১৯৬৩ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী ভেলেণ্টিনা টেৰেচʼকভা মহাকাশলৈ উৰা মাৰিছিল।
⭕ আজি বিশ্ব সামুদ্ৰিক কাছ দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)