সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১) টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: আলেকজেণ্ডাৰ গ্ৰাহামবেল।
 
২) পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম কি?
উত্তৰ: জাপান।

৩) পৃথিৱীৰ কʼত প্ৰথমে বাৰুদ আৱিষ্কাৰ হৈছিল?
উত্তৰ: চীন দেশত।

৪) সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম কি?
উত্তৰ: বাইবেল।

৫) পৃথিৱীৰ সৰ্বাধিক বজ্ৰপাত পৰা ঠাইখনৰ নাম কি?
উত্তৰ: জাভা দ্বীপ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)