বৰ্ণমালা-হেমেন হাজৰিকা

    তমসাৰ চাদৰ বিদাৰি
     আঙুলিত নয়নলৈ দেখিলোঁ
     আঃ কি বৰ্ণিল জগত।।

    বৰ্ণিল পৃথিৱীত
    স্বৰ্ণিল ৰেখা আকি
    জগত পোহৰাব পাৰি
    আৰু পাৰি জীৱন।।

   তাৰেই পোহৰত
   এতিয়া মই
   উজ্বলি আছোঁ।।

  
⚫হেমেন হাজৰিকা ৰাণী, কামৰূপ।।

Post a Comment

Previous Post Next Post