Homeকবিতা বৰ্ণমালা-হেমেন হাজৰিকা June 14, 2022 0 তমসাৰ চাদৰ বিদাৰি আঙুলিত নয়নলৈ দেখিলোঁ আঃ কি বৰ্ণিল জগত।। বৰ্ণিল পৃথিৱীত স্বৰ্ণিল ৰেখা আকি জগত পোহৰাব পাৰি আৰু পাৰি জীৱন।। তাৰেই পোহৰত এতিয়া মই উজ্বলি আছোঁ।। ⚫হেমেন হাজৰিকা ৰাণী, কামৰূপ।। Tags: কবিতা হেমেন হাজৰিকা