অণুগল্প- দুখীয়া

Rinku Rajowar
0
লুটু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ । অহা ১৬ জুলাই  তাৰিখৰ পৰা দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব । কিন্তু তাৰ দুদিন ধৰি হৈ থকা জ্বৰটোৱে কাঁইটে বিন্ধাদি বিন্ধিছে  । মাক-দেউতাকৰ অসহ্যকৰ চিন্তাবোৰ লাহে লাহে বাঢ়িব ধৰিছে । মাক -দেউতাকৰ শক্তি নাই ল'ৰাটোক ওচৰৰ হস্পিতাল লৈ যাব পৰা সামৰ্থ  । কাৰণ দেউতাকৰো হৈ থকা দীৰ্ঘ দিনীয়া বেমাৰটোৱে পৰিয়ালটোক অৰ্থনৈতিক ভাৱে জুৰুলা কৰি পেলাইছে ।

◾যদুমণি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)