অণুগল্প- দুখীয়া

লুটু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ । অহা ১৬ জুলাই  তাৰিখৰ পৰা দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব । কিন্তু তাৰ দুদিন ধৰি হৈ থকা জ্বৰটোৱে কাঁইটে বিন্ধাদি বিন্ধিছে  । মাক-দেউতাকৰ অসহ্যকৰ চিন্তাবোৰ লাহে লাহে বাঢ়িব ধৰিছে । মাক -দেউতাকৰ শক্তি নাই ল'ৰাটোক ওচৰৰ হস্পিতাল লৈ যাব পৰা সামৰ্থ  । কাৰণ দেউতাকৰো হৈ থকা দীৰ্ঘ দিনীয়া বেমাৰটোৱে পৰিয়ালটোক অৰ্থনৈতিক ভাৱে জুৰুলা কৰি পেলাইছে ।

◾যদুমণি দাস

Post a Comment

Previous Post Next Post