গ্ৰীষ্ম কালনো কিয় হয়-হেমেন হাজৰিকা

Rinku Rajowar
0
    অন্তৰ্নিহিত এক
     প্ৰাকৃতিক পৰিঘটনা
     সূৰ্য আৰু পৃথিৱীৰ
     আত্মিক সম্বন্ধ
    এয়া অৱধাৰিত  ।।

    গ্ৰীষ্ম কিয়
    শীতো হয়
    এক গাণিতিক সূত্ৰত  ।।

    সূৰ্যৰ ৰশ্মি কম দূৰত্ব
    আৰু অধিক অতিক্ৰমৰ
    বাবেই এই পৰিবৰ্তন  ।।

    মানৱ সৃষ্ট কাৰণো
   এক অন্যতম কাৰক  ।।

  তাপ প্ৰবাহ হয়
  সম্পদ হানি
  আমি সতৰ্ক কেতিয়া হ'ম  ।।


      ◾হেমেন হাজৰিকা
              ৰাণী
      কামৰূপ  অসম
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)