৪ জুলাই ইতিহাসত আজিৰ দিনটো

©Admin
0
৪ জুলাই  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৫তম (অধিবৰ্ষত১৮৬তম) দিন। বছৰ শেষ হ'বলৈ ১৮০ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/আজিৰ দিনটোতে ১৭৭৬ চনত ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
২/ আজিৰ দিনটোতে ১৭৭৬ চনত জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
৩/আজিৰ দিনটোতে ১৯৬০ চনত অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জীত বৰপূজাৰীৰ মৃত্যু।
৪/আজিৰ দিনটোতে ফিলিপাইনছৰ গণতন্ত্ৰ দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)