পৰিস্থিতি

Rinku Rajowar
0
পৰিৱৰ্তন হ'ল সময়, 
                মন, 
 পৰিস্থিতি  । 
এই পৰিৱৰ্তিত সময়ত উটি 
সমাজ আজি বিশালী । 
কেৱল মাথোঁ, 
 স্বাৰ্থপৰ মানুহৰ 
না না অভিনয় 
 জীৱন যন্ত্রণাৰ 
দ্ৰুত স্পন্দনত চেতনাই লয় নিহালী। 
 
         এপিঠিত চাই দেখা পাওঁ
জীয়াই থকাৰ অমোঘ মন্ত্র, 
সিপিঠিত চাই দেখা পাওঁ 
      জীৱন বাটৰ যুদ্ধ।।

✍🏻গীতাশ্ৰী বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)