সন্ধ্যা ০৮ মান বজাত ৰিমিয়ে অফিচৰ পৰা উভটোতে বাটত কুকুৰটো দেখি বিপৰীত দিশৰ পৰা আহি থকা অচিনাকি মানুহ দুজনৰ পাছত লুকালে।
পিছদিনা ছিন্ন-বিচ্ছিন্ন তাইৰ দেহটো ৰাস্তাৰ কাষৰ খালত পোৱা গ'ল । আচলতে কুকুৰ চিনাত ভুল কৰিছিল তাই ।
✍️পল্লৱ ৰায়
গহপুৰ।