কুকুৰ কোন - পল্লৱ ৰায়

0
সন্ধ্যা ০৮ মান বজাত ৰিমিয়ে অফিচৰ পৰা উভটোতে বাটত কুকুৰটো দেখি বিপৰীত দিশৰ পৰা আহি থকা অচিনাকি মানুহ দুজনৰ পাছত লুকালে। 
             পিছদিনা ছিন্ন-বিচ্ছিন্ন তাইৰ দেহটো ৰাস্তাৰ কাষৰ খালত পোৱা গ'ল । আচলতে কুকুৰ চিনাত ভুল কৰিছিল তাই । 

✍️পল্লৱ ৰায় 
     গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)