৫ জুলাই হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৬তম (অধিবৰ্ষত ১৮৭তম) দিন। বছৰ শেষ হ'বলৈ ১৭৯ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/আজিৰ দিনটোতে ১৯৪৭ চনত ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
২/ আজিৰ দিনটোতে ১৯৫৪ চনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়।
৩/আজিৰ দিনটোতে ১৯৪৬ চনত বিহাৰৰ ৰাজনেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী ৰাম বিলাস পাছৱানৰ জন্ম।
৪/ আজিৰ দিনটোতে ১৯৫৮ চনত আমেৰিকাৰ ব্য়ংগচিত্ৰ শিল্পী বিল ওৱাটাৰছন্ ৰ জন্ম।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব