সাধাৰণ জ্ঞান- কুইজ

১) প্ৰথম অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন কি?  উত্তৰ : চৰ্যাপদ। 

২) প্ৰথম অসমীয়া বাতৰি কাকত খনৰ নাম কি?  উত্তৰ : অৰুনোদয়,শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল ১৮৪৩ চনত। 

৩) 'জোনাকী' আলোচনী কেতিয়া প্ৰকাশ হৈছিল?  উত্তৰ : ১৮৮৯ চনত। সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। 

৪) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীত। কবিতাটোৰ নাম কি?
উত্তৰ  - বনকুঁৱৰী। 

৫)শংকৰদেৱে ৰচনা কৰা বৰগীত বৰ্তমান কিমানটা পোৱা যায় ? 
উত্তৰ : ৩৪ 

৬) বনৰীয়া ঘোঁৰা পোৱা যায় কত পোৱা যায়?  উত্তৰ : ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত।

৭)কিমান  চনত কটন কলেজক কটন বিশ্ববিদ্যালয়লৈ পৰিবৰ্তন কৰা হয়? 
উত্তৰ : ২০১৭

৮)লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাপুথিখনৰ নাম কি?  
উত্তৰ : কদমকলি 

৯) মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি আছিল
উত্তৰ : ভগদত্ত

১০) নগাঁও জিলাত থকা অভয়াৰণ্যখনৰ নাম কি? 
উত্তৰ : লাওখোৱা। 



 

Post a Comment

Previous Post Next Post