২) প্ৰথম অসমীয়া বাতৰি কাকত খনৰ নাম কি? উত্তৰ : অৰুনোদয়,শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল ১৮৪৩ চনত।
৩) 'জোনাকী' আলোচনী কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ : ১৮৮৯ চনত। সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা।
৪) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীত। কবিতাটোৰ নাম কি?
উত্তৰ - বনকুঁৱৰী।
৫)শংকৰদেৱে ৰচনা কৰা বৰগীত বৰ্তমান কিমানটা পোৱা যায় ?
উত্তৰ : ৩৪
৬) বনৰীয়া ঘোঁৰা পোৱা যায় কত পোৱা যায়? উত্তৰ : ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত।
৭)কিমান চনত কটন কলেজক কটন বিশ্ববিদ্যালয়লৈ পৰিবৰ্তন কৰা হয়?
উত্তৰ : ২০১৭
৮)লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাপুথিখনৰ নাম কি?
উত্তৰ : কদমকলি
৯) মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি আছিল
উত্তৰ : ভগদত্ত
১০) নগাঁও জিলাত থকা অভয়াৰণ্যখনৰ নাম কি?
উত্তৰ : লাওখোৱা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ