দৈনিক সাধাৰণ জ্ঞান

(১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?
উত্তৰ:- অমিত শ্বাহ।

(২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।

(৩) অৰ্জুন বঁটা ক'ত দিয়া হয়?
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।

(৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।

Post a Comment

Previous Post Next Post