২৪ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
◾১২০৬ চনৰ আজিৰ দিনটোতে কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে।
◾১৯৮৩ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত অভিনেতা মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
◾১৯৮৫ চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
◾১৯৯৭ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
◾১৯৯৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
◾২০০০ - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)