অসমৰ ৰাজ্য ভাষা অসমীয়া
অসমীয়া লিপিৰ স্বৰ বৰ্ণ আখৰ এঘাৰ টা
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
প্ৰথম আখৰ হ'ল অ,
অ মানে অসমীয়া
অসমৰ মাতৃভাষা ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
দ্বিতীয় আখৰ হ'ল আ,
আ মানে আলু
আলু এবিধ পাচলি।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
তৃতীয় আখৰ হ'ল ই,
ই মানে ইৰান
ইৰান এখন ৰাষ্ট্ৰ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
চতুৰ্থ আখৰ হ'ল ঈ,
ঈ মানে ঈদ
ঈদ ইছলাম ধৰ্মৰ এটি উৎসৱ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
পঞ্চম আখৰ হ'ল উ ,
উ মানে উত্তৰ
উত্তৰ হ'ল জবাব।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
ষষ্ঠ আখৰ হ'ল ঊ,
ঊ মানে ঊষা
ঊষা অনুৰুদ্ধৰ ঘৈণী।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
সপ্তম আখৰ হ'ল ঋ,
ঋ মানে ঋতু
ঋতু বছৰৰ এটি খণ্ডবিশেষ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
অষ্টম আখৰ হ'ল এ,
এ মানে এক
এক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
নৱম আখৰ হ'ল ঐ,
ঐ মানে ঐনিতম
ঐনিতম অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
দৰ্শম আখৰ ও,
ও মানে ওৰাঁও
ওৰাঁও ভাৰতৰ এটা প্ৰধান দ্ৰাবিড় জনজাতি।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
একাদশ আখৰ ঔ,
ঔ মানে ঔটেঙা
ঔটেঙা এবিধ টেঙা জাতীয় ফল।
◾ বিনোদ চেৰো।
উমাতাৰা চাহ বাগিচা
M.no:-8011110146
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ