শিশু মনস্তাতিক কবিতা-অসমীয়া লিপিৰ স্বৰ বৰ্ণ

Rinku Rajowar
0
অসমীয়া লিপিৰ স্বৰ বৰ্ণ
অসমৰ ৰাজ্য ভাষা অসমীয়া 
অসমীয়া লিপিৰ স্বৰ বৰ্ণ  আখৰ এঘাৰ টা
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
প্ৰথম আখৰ হ'ল অ,
অ মানে অসমীয়া 
অসমৰ মাতৃভাষা ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
দ্বিতীয় আখৰ হ'ল আ,
আ মানে আলু 
আলু এবিধ পাচলি।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
তৃতীয় আখৰ হ'ল ই,
ই মানে ইৰান
ইৰান এখন ৰাষ্ট্ৰ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
চতুৰ্থ আখৰ হ'ল ঈ,
ঈ মানে ঈদ
ঈদ ইছলাম ধৰ্মৰ এটি উৎসৱ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
পঞ্চম আখৰ হ'ল উ ,
উ মানে উত্তৰ 
উত্তৰ হ'ল জবাব।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
ষষ্ঠ আখৰ হ'ল ঊ,
ঊ মানে ঊষা
ঊষা অনুৰুদ্ধৰ ঘৈণী।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
সপ্তম আখৰ হ'ল ঋ,
ঋ মানে ঋতু 
ঋতু বছৰৰ এটি খণ্ডবিশেষ।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
অষ্টম আখৰ হ'ল এ,
এ মানে এক 
এক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
নৱম আখৰ হ'ল ঐ,
ঐ মানে ঐনিতম 
ঐনিতম অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ 
দৰ্শম আখৰ ও,
ও মানে ওৰাঁও
ওৰাঁও ভাৰতৰ এটা প্ৰধান দ্ৰাবিড় জনজাতি।
অসমীয়া লিপিৰ স্বৰ বৰ্ণৰ
একাদশ আখৰ ঔ,
ঔ মানে ঔটেঙা 
ঔটেঙা এবিধ টেঙা জাতীয় ফল।

◾ বিনোদ চেৰো।
উমাতাৰা চাহ বাগিচা
M.no:-8011110146

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)