উশাহৰ ফুল-পৰেশ দাস

0
ফুলে কলি পেলাই
জীৱনে গতি লয়
ফুল ফুলে
জীৱনে যৌৱনে  গতি সলাই
ফুল মৰহি যায়
জীৱনেও উশাহ হেৰুৱাই।


🔴পৰেশ দাস,ঢকুৱাখনা-৭৬৩৮০০১৮২৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)