ককা-ধনজীত শইকীয়া

ককা ঔ ককা      
বৰ মৰম লগা  আমাৰ ঘৰত আছে এজন ককা।
ককাৰ গাৰ ছাল-সোতোঁৰা,
দাঢ়ি চুলি পকা,,
ঘৰত বুঢ়া    পথাৰত মুঢ়া
যোজনাত কয়।
ঘৰত ককা নাথাকিলে,
ঘৰখন উদং হয়।।
                  
              🔴শ্ৰী ধনজীত শইকীয়া
                জিলা-লক্ষীমপুৰ

Post a Comment

Previous Post Next Post