ককা-ধনজীত শইকীয়া

Rinku Rajowar
0
ককা ঔ ককা      
বৰ মৰম লগা  আমাৰ ঘৰত আছে এজন ককা।
ককাৰ গাৰ ছাল-সোতোঁৰা,
দাঢ়ি চুলি পকা,,
ঘৰত বুঢ়া    পথাৰত মুঢ়া
যোজনাত কয়।
ঘৰত ককা নাথাকিলে,
ঘৰখন উদং হয়।।
                  
              🔴শ্ৰী ধনজীত শইকীয়া
                জিলা-লক্ষীমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)