প্ৰভাতী অসম- হেমেন হাজৰিকা

জোনাকী বাটেৰে
     অগ্ৰসৰ হওক
     প্ৰভাতী অসম ।।

    জনতাৰ হকে
    জনতাৰ হৈ
    জনতাৰ জয়গান গাওক ।।

    দুৰ্ভগীয়া মানুহৰ
     বজ্ৰ নিনাদ হওক
     প্ৰভাতী অসম ।।

     আস্থাহীনতাৰ বিপৰীতে
     হজুৱা মানুহৰ
     আস্থাৰ প্ৰতীক হওক
    প্ৰভাতী অসম ।।

Post a Comment

Previous Post Next Post