প্ৰভাতী অসম- হেমেন হাজৰিকা

©Admin
0
জোনাকী বাটেৰে
     অগ্ৰসৰ হওক
     প্ৰভাতী অসম ।।

    জনতাৰ হকে
    জনতাৰ হৈ
    জনতাৰ জয়গান গাওক ।।

    দুৰ্ভগীয়া মানুহৰ
     বজ্ৰ নিনাদ হওক
     প্ৰভাতী অসম ।।

     আস্থাহীনতাৰ বিপৰীতে
     হজুৱা মানুহৰ
     আস্থাৰ প্ৰতীক হওক
    প্ৰভাতী অসম ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)