২৬ জুলাই- আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা

Rinku Rajowar
0
  • ১৮৫৬ চনৰ আজিৰ দিনটোতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
  • ১৯০৮ চনৰ আজিৰ দিনটোতে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়।
  • ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ চনৰ আজিৰ দিনটোতে কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
  • ২০০১ চনৰ আজিৰ দিনটোতে শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)