Homeকুইজ দৈনিক সাধাৰণ জ্ঞান July 26, 2022 0 (১) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।(২) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন'বেল বঁটা পাইছিল?উত্তৰ:- ১৯১৩ চনত।(৩) নগাঁৱৰ পুৰণি নাম কি?উত্তৰ:- খাগৰিজান। Tags: কুইজ সাধাৰণ জ্ঞান