Home সাধাৰণ জ্ঞান দৈনিক সাধাৰণ জ্ঞান দৈনিক সাধাৰণ জ্ঞান personRinku Rajowar July 26, 2022 0 share (১) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।(২) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন'বেল বঁটা পাইছিল?উত্তৰ:- ১৯১৩ চনত।(৩) নগাঁৱৰ পুৰণি নাম কি?উত্তৰ:- খাগৰিজান। Tags কুইজসাধাৰণ জ্ঞান Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ