প্ৰেমৰ প্ৰকৃতি

Rinku Rajowar
0
সেউজী বনত 
সিদিনা পখিলা উৰিছিল ,
ফুলৰ মৌ চুহিছিল ,
পখিলাই চুই চাইছিল কলিবোৰ ফুলৰ, 

চুই চাওঁতেই প্রেম উপজিছিল ,
পখিলা ফুলৰ প্রেমত পৰিছিল ।
পিছত ,,,,ফুলো পখিলাৰ প্ৰেমত পৰিছিল ।
এপাহ_ দুপাহকৈ ফুল সৰিছিল ,
পখিলাই বিষাদত চিঞৰিছিল ,
প্রেম অপূৰ্ণ হৈছিল !
সেউজী মনত বিষাদ উপজিছিল।।
        

◾অক্ষয় জ্যোতি বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)