একলম-‍ যদুমণি দাস

যৌৱনৰ উত্তপ্ত বাসনাক কিয়
নেওচিব পৰা নাই মই
ব্যতিক্ৰমী হ'ব বিচৰা 
এই জীৱনে সন্ধান পায় ক'ত
আজিও সাঁথৰ ।
কেতিয়াবা এনে অনুভৱ হয় 
যেন নিচাৰ দাস হৈ পৰিছো।

‍✍️যদুমণি দাস



Post a Comment

Previous Post Next Post