দৈনিক অসমীয়া সাধাৰণ জ্ঞান

১) প্ৰশ্ন : হৰি প্ৰসাদ চৌৰাচিয়া কোনবিধ বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত?

উত্তৰ : বাঁহী।

২) প্ৰশ্ন : ভাৰতীয় পৌৰাণিক বিশ্বাস মতে ভগৱান কৃষ্ণই কোনবিধ বাদ্যযন্ত্ৰ বজাইছিল?

উত্তৰ : বাঁহী।

৩) প্ৰশ্ন : ভগৱান শিৱই কোনবিধ বাদ্যযন্ত্ৰ লগত ৰাখিছিল?

উত্তৰ : ডম্বৰু।

৪) প্ৰশ্ন : গিটাৰক কোন গৰাকী সঙ্গীতজ্ঞই হিন্দুস্থানী সঙ্গীতৰ মৰ্যাদা দিছিল?

উত্তৰ : বিশ্বমোহন ভট্ট।

৫) প্ৰশ্ন : কি নৃত্যৰ লগত গোপী কৃষ্ণ জড়িত?

উত্তৰ : কথক।

Post a Comment

Previous Post Next Post