উত্তৰ : বাঁহী।
২) প্ৰশ্ন : ভাৰতীয় পৌৰাণিক বিশ্বাস মতে ভগৱান কৃষ্ণই কোনবিধ বাদ্যযন্ত্ৰ বজাইছিল?
উত্তৰ : বাঁহী।
৩) প্ৰশ্ন : ভগৱান শিৱই কোনবিধ বাদ্যযন্ত্ৰ লগত ৰাখিছিল?
উত্তৰ : ডম্বৰু।
৪) প্ৰশ্ন : গিটাৰক কোন গৰাকী সঙ্গীতজ্ঞই হিন্দুস্থানী সঙ্গীতৰ মৰ্যাদা দিছিল?
উত্তৰ : বিশ্বমোহন ভট্ট।
৫) প্ৰশ্ন : কি নৃত্যৰ লগত গোপী কৃষ্ণ জড়িত?
উত্তৰ : কথক।