দেউতাৰ ফাটি যোৱা কামিজ-তৃষ্ণা দত্ত

Rinku Rajowar
0
আজি দুই তিনি বছৰ আগতেই কিনা সেই গেঞ্জিটোৰ মোহ আজিও এৰিব পৰা নাই,দিন হাজিৰা কৰা সেই মানুহ জনৰ এটাই মাথোঁ কামিজ তাকো ছিঙি পচি কোনোমতে লাগি আছে গাত। সদায় কামলৈ বুলি ওলাই যায় আকৌ আহি সেইটোকে পিন্ধে কেতিয়াবা কামলৈও পিন্ধি যায়হে ।তথাপিও এটা কিনি লোৱাৰ মন নকৰে কাৰণ তেওঁ কৃপণ,আমি সদায় ভুল ভাবো সেই একেটা কথাকেলৈ কিন্তু তেওঁ কেতিয়াও কৃপন হব নোৱাৰে কাৰণ তেওঁ কাৰোবাৰ দেউতা,কাৰোবাৰ সুৰক্ষাৰ কৱচ , দায়িত্ব আৰু আদৰ্শৰ বাটেৰে আগুৱাই নিয়া এগছি দিপ্তমান চাকি।

    

✍️ তৃষ্ণা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)