দৈনিক অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : নৃত্যৰ সময়ৰ হাত আৰু ভৰিৰে প্ৰদৰ্শিত বিভিন্ন ভংগীমাক কি বোলে?

উত্তৰ : মুদ্ৰা।

২) প্ৰশ্ন : কোন গৰাকী বিখ্যাত নৃত্য পটিয়সীক ‘ভাৰত নাট্যম’ৰ ৰাণী বোলে?

উত্তৰ : বালা সৰস্বতী।

৩) প্ৰশ্ন : কোন বিধ নৃত্যৰ লগত বীৰজু মহাৰাজ জড়িত?

উত্তৰ : কথক।

৪) প্ৰশ্ন : পুৰণি ভাৰতৰ মহাকাব্যত কোনবিধ বাদ্যযন্ত্ৰৰ বিষয়ে বৰ্ণনা পোৱা যায়?

উত্তৰ : বীণ।

৫) প্ৰশ্ন : দক্ষিণ ভাৰতত চেহনাইৰ এটা ৰুপ কি?

উত্তৰ : নাদ স্বৰম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)