৬ আগষ্ট- আজিৰ দিনটোৰ বিশেষত্ব

◾১৮২৫ চনৰ আজিৰ দিনটোতে বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।

◾১৯০৬ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাসে বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে।

◾১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকাই জাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।

◾১৯৬২ চনৰ আজিৰ দিনটোতে জামাইকাই ব্ৰিটিছৰ পৰা ৩০০ বছৰ শাসনৰ পিছত স্বাধীনতা লাভ কৰে।

Post a Comment

Previous Post Next Post