৬ আগষ্ট- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
◾১৮২৫ চনৰ আজিৰ দিনটোতে বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।

◾১৯০৬ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাসে বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে।

◾১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকাই জাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।

◾১৯৬২ চনৰ আজিৰ দিনটোতে জামাইকাই ব্ৰিটিছৰ পৰা ৩০০ বছৰ শাসনৰ পিছত স্বাধীনতা লাভ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)