Home ৰাহুল চেতিয়া বিষাদ-ৰাহুল চেতিয়া বিষাদ-ৰাহুল চেতিয়া person©Admin August 30, 2022 0 share ভালপোৱা চহৰত চকুৰ টোপালৰ বৃষ্টিচকুত অমেঘ বৃষ্টিবৰষুণ ভাল পাওঁ বাবেইদোপালপিতা বৰষুণটোভিজাও মেলি লৈ চুলিটাৰী...ভালপোৱাৰ...বৰষুণেই এতিয়া প্ৰতিশ্ৰুতিএতিয়া অপেক্ষা মাথোঁ এজাক আবতৰীয়া বৰষুণৰ...!*ৰাহুল চেতিয়া**নিলখপুৰ ,চিলাপথাৰ, ধেমাজি।* Tags কবিতাৰাহুল চেতিয়া Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ