বিষাদ-ৰাহুল চেতিয়া

ভালপোৱা চহৰত চকুৰ টোপালৰ বৃষ্টি
চকুত অমেঘ বৃষ্টি
বৰষুণ ভাল পাওঁ বাবেই
দোপালপিতা বৰষুণটো
ভিজাও মেলি লৈ চুলিটাৰী...
ভালপোৱাৰ...
বৰষুণেই এতিয়া প্ৰতিশ্ৰুতি
এতিয়া অপেক্ষা মাথোঁ
 এজাক আবতৰীয়া বৰষুণৰ...!


*ৰাহুল চেতিয়া*
*নিলখপুৰ ,চিলাপথাৰ, ধেমাজি।*

Post a Comment

Previous Post Next Post