মৃত শৰীৰ-মিন্টু গোৱলা

©Admin
0
কংকাল শৰীৰে 
মোক কৈ যায় 
মৃত্যুৰ পাছতো 
তোৰ শৰীৰটো জকা হ'ব 
এই মাটিৰ তলত ,
'মৃত্যু এক শিল্প'
শিলত কটা ভাস্কৰ্য্য 
মচিব নোৱাৰা এক লিখনি 
ই এক বিধতাৰ নিয়তি ।
                 

*শ্ৰী মিন্টু গোৱলা লখিমপুৰ, কদম*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)