পুৱতিৰ চৰাই জাক-মিন্টু গোৱলা

0
প্ৰত্যুষৰ পুৱাই চৰাই জাকে
নিজৰ বাহ এৰি যায় ।

পুৱতিৰ গীতেৰে জগাই জগতক
চৰাই জাকৰ পুৱতিৰ গীতেৰে
  সাৰ পাই জগতখন ।

পুৱতিৰ গীতত  জগাবা মোক 
তোমাৰ গীতৰ সুৰত  
এৰিম শুৱা পাতি 
ধৰিম নিজ কামত ।


✍️মিন্টু গোৱলা
     লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)