Home মিন্টু গোৱলা পুৱতিৰ চৰাই জাক-মিন্টু গোৱলা পুৱতিৰ চৰাই জাক-মিন্টু গোৱলা personRinku Rajowar August 03, 2022 0 share প্ৰত্যুষৰ পুৱাই চৰাই জাকেনিজৰ বাহ এৰি যায় ।পুৱতিৰ গীতেৰে জগাই জগতকচৰাই জাকৰ পুৱতিৰ গীতেৰে সাৰ পাই জগতখন ।পুৱতিৰ গীতত জগাবা মোক তোমাৰ গীতৰ সুৰত এৰিম শুৱা পাতি ধৰিম নিজ কামত ।✍️মিন্টু গোৱলা লখিমপুৰ, কদম Tags কবিতামিন্টু গোৱলা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ