জীৱনৰ ডায়েৰী- নৱজিৎ নাথ

©Admin
0
এখন ডায়েৰীৰ এটি কলম 
আৰু এটোপাল অনুভৱ ভৰাই, লিখি পেলাব মন যায় জীৱনৰ উকা অলিখিত ডায়েৰীৰ পৃষ্ঠাবোৰ।।

যাৰ প্ৰতিটো পৃষ্ঠাতে সজীৱ হৈ থাকিব জীৱন সংগ্ৰামৰ বৰ্ণিল কাহিনী, জীৱনৰ প্ৰতিটো মুহূৰ্তত সুখ দুখৰ বেদনা আৰু অভিমানৰ অলেখ টোপোলা।।

যাৰ প্ৰতিটো পৃষ্ঠাতে প্ৰতিটো কাহিনী বাস্তৱ জীৱনৰ জীয়া ছবি।
প্ৰতিটো পৃষ্ঠাতে প্ৰতিটো শব্দয়ে যোগাব অনুপ্ৰেৰণা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)