সংকল্প যাত্ৰা-হেমেন হাজৰিকা

Rinku Rajowar
0


              দ্বায়িত্ব কৰ্তব্য আৰু
       অভ্যাসৰ দবালপিটা বৰষুণ
       তথাপি
       ফুলনিৰ সৌন্দৰ্য হেৰুৱাই
       ফুলবোৰ আতৰি গৈছে  ।।

      বস্তুনিষ্ঠ পৰিবৰ্তন বিচাৰি
      উন্নত ফুলনিৰ আশাত
      প্ৰচেষ্টা অবিৰত থাকিল  ।।

     সংকল্প যাত্ৰাৰ
     তেজাল আশা লৈ
     মইও ৰৈ আছোঁ
     নদীৰ মোহনাত  ।।

        
◾ হেমেন হাজৰিকা
     ৰাণী,কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)