প্ৰয়োজনীয় সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : ভাৰতৰ বৃহত্তম তেল শোধনাগাৰ কোনটো?

উত্তৰ : ট্ৰ’মলে।

২) প্ৰশ্ন : ভাৰতে পৃথিৱীৰ ভিতৰত কোনবিধ খনিজ পদাৰ্থ সৰ্বাধিক আমদানি কৰে?

উত্তৰ : সোণ।
 
৩) প্ৰশ্ন : পোন প্ৰথম বাৰৰ বাবে দক্ষিণ আফ্ৰিকাত কোনে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল?

উত্তৰ : ডাঃ খৃষ্টীয়ান বাৰ্ণাড।

৪) প্ৰশ্ন : বিখ্যাত সঙ্গীতজ্ঞ ওস্তাদ জাকিৰ হুছেইনৰ পিতৃৰ নাম কি?

উত্তৰ : ওস্তাদ আল্লা ৰাখা খান।

৫) প্ৰশ্ন : ভাৰতৰ সৈতে কিমান খন দেশৰ সমূহীয়া আন্তৰ্জাতিক সীমাৰেখা আছে?

উত্তৰ : সাতখন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)