হাস্নাহানাৰ হাঁচতিত হেঙুলী হৃদয়-নীল প্ৰজাপতি

নিজম নিতাল নিশাৰ নিস্তেজ নিশাহ 
ব্যস্ততাৰ বক্ষ বিদাৰি বিষণ্ণতা বিৰহী
জিৰণিত জহে জীৱন!

মানৱীমায়াৰ মৰিচিকাত মজি
অস্তাচলত অন্ত অনামিকা অন্বই !
আজুৰি আনিবলৈ আগবাঢ়ে আজি
হাস্নাহানাৰ হাঁচতিত হেঙুলী হৃদয়ৰ হাঁহি! 




◾নীল প্ৰজাপতি 
জাগীৰোড

Post a Comment

Previous Post Next Post