হাস্নাহানাৰ হাঁচতিত হেঙুলী হৃদয়-নীল প্ৰজাপতি

Rinku Rajowar
0
নিজম নিতাল নিশাৰ নিস্তেজ নিশাহ 
ব্যস্ততাৰ বক্ষ বিদাৰি বিষণ্ণতা বিৰহী
জিৰণিত জহে জীৱন!

মানৱীমায়াৰ মৰিচিকাত মজি
অস্তাচলত অন্ত অনামিকা অন্বই !
আজুৰি আনিবলৈ আগবাঢ়ে আজি
হাস্নাহানাৰ হাঁচতিত হেঙুলী হৃদয়ৰ হাঁহি! 




◾নীল প্ৰজাপতি 
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)