নিলগ -অণুগল্প | হিমাশ্ৰী বৰা

Rinku Rajowar
0
"এক হাজাৰো মে মেৰী বেহনা হ্যে" - 'অন্তৰা' অনুষ্ঠানত বাজি থকা গীতটো শুনি ময়ূৰীয়ে অতীতলৈ ওভতি চালে । দেউতাক নথকা ৰাংঢালী ছোৱালীজনীক উপযুক্ত বয়সত এঘৰলৈ উলিয়াই দিওঁতে সি বাৰু কম কান্দিছিলেনে ? পিছে মাক ঢুকুৱাৰ পাছত বিদেশত প্ৰতিষ্ঠা লাভ কৰা ককায়েকে আজি ছমাহে ভনীয়েকৰ কপালৰ ৰঙা বেলি মাৰ যোৱা খবৰটোহে নাপালে । 

✍🏻হিমাশ্ৰী বৰা , তিনিচুকীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)