১১ আগষ্ট ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
▶️৩১১৪ খ্ৰীষ্টপূৰ্বত আজিৰ দিনটোতে মেছ'আমেৰিকান লং কাউণ্ট কেলেণ্ডাৰ আৰম্ভ হৈছিল, বিভিন্ন প্ৰাক-কলম্বিয়ান মেছ'আমেৰিকান সভ্যতাত, বিশেষকৈ মায়া সকলৰ দ্বাৰা ব্য়ৱহাৰ হৈছিল।
▶️১৯৬০ চনৰ আজিৰ দিনটোতে চাদ প্ৰজাতন্ত্ৰই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
▶️১৯৬১ চনৰ আজিৰ দিনটোতে দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতে নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতে চনৰ এই দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।
▶️২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)