উত্তৰ : আমিৰ খুবৰু।
২) প্ৰশ্ন : ভাৰতীয় সংগীতৰ স্বৰৰ সংখ্যা কিমান?
উত্তৰ : ৭ টা।
৩) প্ৰশ্ন : ভীমসেনৰ যোশী কিহৰ বাবে বিখ্যাত?
উত্তৰ : কণ্ঠশিল্পী।
৪) প্ৰশ্ন : পণ্ডিত ৰবিশঙ্কৰ কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত?
উত্তৰ : চেতাৰ।
৫) প্ৰশ্ন : পণ্ডিত যশৰাজ এজন প্ৰখ্যাত কি হয়?
উত্তৰ : কণ্ঠশিল্পী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ