দৈনিক অসমীয়া সাধাৰণ জ্ঞান-কুইজ

Rinku Rajowar
0
১) প্ৰশ্ন : তবলা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : আমিৰ খুবৰু।

২) প্ৰশ্ন : ভাৰতীয় সংগীতৰ স্বৰৰ সংখ্যা কিমান?

উত্তৰ : ৭ টা।

৩) প্ৰশ্ন : ভীমসেনৰ যোশী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কণ্ঠশিল্পী।

৪) প্ৰশ্ন : পণ্ডিত ৰবিশঙ্কৰ কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত?

উত্তৰ : চেতাৰ।

৫) প্ৰশ্ন : পণ্ডিত যশৰাজ এজন প্ৰখ্যাত কি হয়?

উত্তৰ : কণ্ঠশিল্পী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)