৫ আগষ্ট- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
◾১৬৬৯  চনত আলাবৈৰ ৰণত (শৰাইঘাটৰ যুদ্ধ) ১০,০০০ আহোম সেনাই প্ৰাণ দিছিল।
◾১৭৭৫ চনত মহাৰজা নন্দকুমাৰক ভুৱা অভিযোগত ইংৰাজে কলিকতাত ফাঁচি দিছিল। মহাৰজা নন্দকুমাৰ এজন ইংৰাজৰ দেৱান আছিল আৰু ইংৰাজে ফাঁচি দিয়া প্ৰথম ভাৰতীয় আছিল।
◾১৯৯১ চনত ন্যায়াধীশ লীলা চেঠ হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে অধিষ্ঠিত হৈ যিকোনো ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
◾২০১২ চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)