কাৰোবাৰ মেঘালী চুলিৰ পৰশত,
মৌনতাৰে সজীৱ হৈ উঠা ,
এটি আবেগৰ টুকুৰা।।
এয়া ঠিক বাৰিষা ডাৱৱৰ মেঘৰ মাদল ,
গাজনি ঢেৰকনি নহয়,
হৃদয় নিভাজঁ কোঠালিত থকা
প্ৰিয়তমা এখনি আশাৰ চিঠি বতৰা।।
এয়া ঠিক বাৰিষা বৰষুণ নহয়,
কৃষকৰ অপেক্ষা অন্তত ,
পৃথিৱী লৈ নামি অহা উজাগৰি
ডাৱৰৰ এটোপাল
পানী।।।---------------
নাম ; নৱজিৎ নাথ, ছিপাঝাৰ,(দৰং)......।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ