অভিমানী বৰষুণ-নৱজিৎ নাথ

0
এইজাক ঠিক বৰষুণ নহয়,
     কাৰোবাৰ মেঘালী চুলিৰ পৰশত,
     মৌনতাৰে সজীৱ হৈ উঠা ,
            এটি আবেগৰ টুকুৰা।।

       এয়া ঠিক বাৰিষা ডাৱৱৰ মেঘৰ মাদল ,
         গাজনি ঢেৰকনি নহয়, 
      হৃদয় নিভাজঁ কোঠালিত থকা 
     প্ৰিয়তমা এখনি আশাৰ চিঠি বতৰা।।

    এয়া ঠিক বাৰিষা বৰষুণ নহয়, 
         কৃষকৰ অপেক্ষা অন্তত , 
     পৃথিৱী লৈ নামি অহা  উজাগৰি 
    ডাৱৰৰ এটোপাল  
                          পানী।।।---------------

নাম ; নৱজিৎ নাথ, ছিপাঝাৰ,(দৰং)......।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)