এজাক বৰষুণ -মাছিদা বেগম

©Admin
0
এজাক বৰষুণ
বৰষুণ জাকত নামি আহে তোমাৰ স্মৃতি,
বৰষুণ জাকে দি যায় মোক তোমাৰ ছবি। 
বৰষুণ জাকৰ শব্দ শুনিলে ভাৱো তুমিয়ে আহিছা নেকি।
বৰষুণ জাক আহিলে 
মোৰ বহুত ভাল লাগে জানা, 
জানো বৰষুণ টোপালে টোপালে তুমি আহিছা, 
ভাল লাগে বৰষুণ জাক। 

                     ✍মাছিদা বেগম
                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)