এজাক বৰষুণ -মাছিদা বেগম

এজাক বৰষুণ
বৰষুণ জাকত নামি আহে তোমাৰ স্মৃতি,
বৰষুণ জাকে দি যায় মোক তোমাৰ ছবি। 
বৰষুণ জাকৰ শব্দ শুনিলে ভাৱো তুমিয়ে আহিছা নেকি।
বৰষুণ জাক আহিলে 
মোৰ বহুত ভাল লাগে জানা, 
জানো বৰষুণ টোপালে টোপালে তুমি আহিছা, 
ভাল লাগে বৰষুণ জাক। 

                     ✍মাছিদা বেগম
                           

Post a Comment

Previous Post Next Post