আশাৰ বতৰা -হেমেন হাজৰিকা

©Admin
0
      জাপি
       লাঠি
       টিয়নি এৰি
       কাৰশলা গছত উঠিল  ।।

      নাও বুৰিল
      তথাপি কাৰশলা
      টিঙৰ পৰা নানামিল  ।।

     চন্দ্ৰাৱলী নিশা
     উৰণীয়া তৰাবোৰ
     পথ হেৰুওৱা পঠিকৰ
     কিমান আশাৰ প্ৰতীক  ।।

     আশাতেই
     আৱিষ্কাৰ হ'ল
      গড়গাঁৱৰ শিপা  ।।

            ◾হেমেন হাজৰিকা
                       ৰাণী
            কামৰূপ অসম
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)