৭ আগষ্ট- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
◾১৪৬১ চনৰ আজিৰ দিনটোতে মিং ৰাজবংশৰ আৰু চীনা সৈন্য়বাহিনীৰ সেনাপতি চাও কীনে চিয়ানচান সাম্ৰাজ্য়ৰ বিৰুদ্ধে থিয় দিয়ে।
◾১৮৬৯  চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
◾১৯০৫ চনৰ আজিৰ দিনটোতেবংগ বিভাজন ঘটিছিল।
◾১৯০৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্তু বহিষ্কাৰৰ আহ্বান জনায়।
◾১৯৫৯ চনৰ আজিৰ দিনটোতে লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল।
◾১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
◾১৯৯৬ চনৰ আজিৰ দিনটোতে নাছাই মংগল গ্ৰহত জীৱ থকা আৰু বসবাস কৰিব পৰা সম্ভাৱনা ব্যক্ত কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)