সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ভাষা কি?

উত্তৰ : তেলেগু।

 ২) প্ৰশ্ন : কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?

উত্তৰ : উত্তৰ প্ৰদেশ।

৩) প্ৰশ্ন : কোনখন ৰাজ্যৰ কথাকলি বিখ্যাত নৃত্য?

উত্তৰ : কেৰেলা।

৪) প্ৰশ্ন : কোন খন ৰাজ্যৰ এককভাৱে প্ৰদৰ্শিত ‘অ’ত্তাম থুল্লাল’ বিখ্যাত নৃত্য?

উত্তৰ : কেৰেলা।

৫) প্ৰশ্ন : কোনবিধ বাদ্যযন্ত্ৰ মণিপুৰী নৃত্য সংগীতত ব্যৱহাৰ কৰা হয়?

উত্তৰ : পুং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)