পৰা দিম্পল টোৰ বাবে
আৰু ধুনীয়া হৈ পৰে,
সদায় হাঁহিয়েই থাকিবাচোন...!
তোমাৰ চকুৰ
ধেনুভিৰা চেলাউৰী যোৰত
তুমি ক'লা কাজল ল'লে
তোমাৰ চকু দুটি
এনে লাগে যেন
আকাশৰ দৰে বিশাল
সাগৰৰ দৰে গভীৰ..
সদায় এনেকৈয়েই থাকিবাচোন!
বুকু ভৰাই অলপ মৰম কৰিবাচোন!
তোমাৰ হিয়া ভৰা একাজলি মৰম
মোকো দিবাচোন
পাৰিবানে দিব তুমি?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ