প্ৰেমিক চৰাই -নীল প্ৰজাপতি

Rinku Rajowar
0
কবিতাৰ প্ৰেমীক চৰাই 
কবিতাত মাতাল, 
মুধাফুটা কবিতাৰ ভেকেটা গোন্ধৰ পৰা 
আজিও যোজন দুৰত! 
অংকটো সিওঁ জানে,
কবিৰ চোলাটো কেনেকৈনো কিনে!

হৃদয় জুৰোৱা শব্দৰ 
মুকুটাৰে বেহেলা বজাই 
ৰচা এটি গীত অনুভৱৰ, 
সৃষ্টিৰ গজালি মেলে 
বীণাৰ তাণ্ডৱত! 

অকবিৰ শব্দ কানন
ধুসৰিত আবেলিৰ অবগাহন
ৰান্ধনী বেলি হৈ হৃদয় বোলাই, 
হাইতাল বুলীয়া প্ৰেমিক চৰাইজনী ধিয়াই! 


◾নীল প্ৰজাপতি 
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)