৪ আগষ্ট- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
◾১৬৬৬ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত চেইণ্ট জেমছ দে' সামুদ্ৰিক যুদ্ধ (দ্বিতীয় এংগলো-ডাছ যুদ্ধৰ অন্তৰ্গত) আৰম্ভ।
◾১৭৫৩ চনৰ আজিৰ দিনটোতে  জৰ্জ ৱাশ্বিংটনে ৰাজমিস্ত্ৰীৰ ডিগ্ৰী (ইংঃ master mason) লাভ কৰে।
◾১৯১৪ চনৰ আজিৰ দিনটোতে  জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম মহাসমৰৰ।
◾১৯৩৯ চনৰ আজিৰ দিনটোতে  ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।
◾১৯৪৪ চনৰ আজিৰ দিনটোতে  এন ফ্ৰাংকক জাৰ্মান সুৰক্ষা আৰক্ষীয়ে (ইংঃ German Security Police) গ্ৰেপ্তাৰ কৰে।
◾১৯৫৬ চনৰ আজিৰ দিনটোতে  ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।
◾১৯৬৫ চনৰ আজিৰ দিনটোতে  অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকাই।
◾২০০২ চনৰ আজিৰ দিনটোতে  মানচেষ্টাৰত ১৭তম কমলৱেলথ খেল সমাপ্ত হয়।
◾২০০৭ চনৰ আজিৰ দিনটোতে  আমেৰিকাৰ নাছাই ফ'নিক্স (ইংঃ Phoenix) মহাকাশযান মংগল গ্ৰহলৈ প্ৰেৰণ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)