কুইজ - সাধাৰণ জ্ঞান

©Admin
0
১/অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ? 
উত্তৰঃ১৯৪৮ চনত গুৱাহাটী হাই কোট স্থাপিত হয়।
২/ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?
উত্তৰঃ সুশান দাস (চৌধুৰী , ১৯৭৩ চন ) । 
৩/অসমৰ কোনগৰাকী খেলুৱৈয়ে ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰঃ নন্দিনী বৰুৱাই ।
৪/ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথম গৰাকহী খেলুৱৈ কোন আছিল ?
উত্তৰঃ বীৰেন বড়ো ।
৫/ৰঞ্জিত ট্ৰফীত ত্ৰি শতৰান কৰা অসমৰ প্ৰথম জন খেলুৱৈ কোন ?
উত্তৰঃ ৰাম প্ৰসাদ কাপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)