পোন্ধৰ আগষ্ট-মিন্টু গোৱলা

Rinku Rajowar
0
নিস্তব্ধ নিজান ৰাতি শুনো স্বাধীনৰ গান
বাজে বুকুত নিৰলে!!
পুৱাৰ কিৰণত উজ্বল কৰি উঠে স্বাধীনৰ গানে
বতাহত উৰে তিৰংগা আকাশ মুখৰিত কৰি।
আজি পুৱা বাজে ৰণ শংকাৰ শব্দ
আকাশে আকাশে মুখৰিত তিৰংগা পতাকা!!!
বাজে স্বাধীনৰ গান............
বন্দে মাতৰম.............. বন্দে মাতৰম.......।
শোণিতেৰে স্বাধীন কৰা বীৰ- বীৰংগানা লয়
আজি
সহস্ত্ৰ প্ৰনাম জনাওঁ !!
১৯৪৭চনৰ পোন্ধৰ আগষ্টত দেশৰ আকাশত তিৰংগা উৰিলে
সেই বীৰ-বীৰংগানাই
সত্যৰ অন্বেষণৰ গুৰি ধৰোতা গান্ধী জী.......
অহিংসাৰ নীতিৰে স্বাধীন জিনিলে,
সকলো ভাৰতীয়ক দিলে মৌলিক অধিকাৰ
এই সত্যাগ্ৰহৰ নীতিয়ে ।।
আজি
সোৱৰোঁ বীৰ-বীৰংগানাক এই তিৰংগাৰ তলত
স্বাধীনৰ 
জয় গান গাই.........
বন্দে মাতৰম............ বন্দে মাতৰম..............
জয় হিন্দ .........
জয় ভাৰত মাতা কী জয় !!!
           ‌
◾ মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)