সাঁথৰ

Rinku Rajowar
0
১/ক'ৰবালৈ গ'লে লগতে যায় উভতি চালে কোনোৱেই নাই ।
উত্তৰ:- ছাঁ ।
২/এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।
উত্তৰ:- আঙুলি ।
৩/একেজনী ক'লী গাই সাতখন পথাৰত ধান খায় ।
উত্তৰ:- কাঁচি ।
৪/বাঁহ খায় কাঠ খায়,পানী পালে মৰি যায় ।
উত্তৰ:-জুই ।
৫/হাঁবিত কাহে ওলাই নাহে ।
উত্তৰ:-কুঠাৰ ।

◾ৰূপা মনি দাস ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)