চতুৰ্থ বৰ্গৰ পৰীক্ষাত আহিব লগীয়া প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : কোনটো গ্ৰহত বায়ু নাই?

উত্তৰ : বুধ।

২) প্ৰশ্ন : গংগা নদী খনক বাংলাদেশত কি নামেৰে জনা যায়?

উত্তৰ : পদ্মা।

৩) প্ৰশ্ন : ভাৰতবৰ্ষৰ বৃহত্তম উপদ্বীপটোৰ নাম কি?

উত্তৰ : গোদাবৰী।

৪) প্ৰশ্ন : কোনটো ঋতু বায়ুমণ্ডলৰ আৰ্দ্ৰতা সৰ্বাধিক?

উত্তৰ : বাৰিষা।

৫) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কি?

উত্তৰ : প্ৰশান্ত মহাসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)