দমকল- হেমেন হাজৰিকা

তৃষ্ণাতুৰ পথিক
 প্ৰখৰ ৰ'দ,
 কণ্ঠৰ আহ্বান
 এটুপি পানী,
কিমান সকাহ।।

পানীয়েই প্ৰাণীৰ প্ৰাণ
সৰোগত কৰি,
জীৱন চকৰি ঘূৰে।।

ঘৰে ঘৰে
অবিৰত থিয় হৈ থাকে,
কণ্ঠ টিওঁৱাৰ
দুৰ্বাৰ আকাঙ্খাত
এটা দমকল।।

Post a Comment

Previous Post Next Post