Home হেমেন হাজৰিকা দমকল- হেমেন হাজৰিকা দমকল- হেমেন হাজৰিকা person©Admin August 26, 2022 0 share তৃষ্ণাতুৰ পথিক প্ৰখৰ ৰ'দ, কণ্ঠৰ আহ্বান এটুপি পানী,কিমান সকাহ।।পানীয়েই প্ৰাণীৰ প্ৰাণসৰোগত কৰি,জীৱন চকৰি ঘূৰে।।ঘৰে ঘৰেঅবিৰত থিয় হৈ থাকে,কণ্ঠ টিওঁৱাৰদুৰ্বাৰ আকাঙ্খাতএটা দমকল।। Tags কবিতাহেমেন হাজৰিকা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ