সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : কিহে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে?

উত্তৰ : পক প্ৰণালী আৰু উপসাগৰীয়া মান্নাৰে।

২) প্ৰশ্ন : ভাৰতৰ দ্বিতীয় সৰ্ব্বোচ্চ পৰ্বত শৃঙ্গ কি?

উত্তৰ : কাঞ্চনজংঘা।

৩) প্ৰশ্ন : প্ৰাক্‌-ঐতিহাসিক যুগত পুৰণি ভাৰত কোনখন ছুপাৰ মহাদেশ (Super Continent) – ৰ অংশ আছিল?

উত্তৰ : গ’নৱানালেণ্ড।

৪) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কি?

উত্তৰ : বহ্মপুত্ৰ।

৫) প্ৰশ্ন : যমুনা আৰু গঙ্গাৰ সঙ্গমস্থল কি?

উত্তৰ : এলাহাবাদ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)