মোৰ দেশ-মিন্টু গোৱলা

Rinku Rajowar
0
শোণিতেৰে  সজা 
মোৰ এই দেশ
ক'ত শোণিত নিগৰাই
 সাজিছে এই দেশ 
ক'ত জীৱন- যৌৱন ত্যাগ কৰি সাজিলে
 আমাৰ দেশখনক
 শোণিতৰ নৈৰে বৈ গৈ 
আজিও জিলিকি আছে 
আমাৰ এই ভাৰত খন ।
 ক'ত জোৱানৰ মৃত্যুৰ হ'ল ক'ত
 মাতৃ হ'ল পুত্ৰহাৰা এই ভাৰত বাবে
ক'ত ফুল কুমলীয়া ডেকা গাভৰুৰ 
জীৱন ত্যাগ হ'ল,এই দেশত ।
 শোণিতৰ  ৰঙে লিখি গ'ল
ভাৰতৰ নাম,আজিও 
জিলিকি আছে
 এই ভাৰত ভূমিত।
শোণিতৰ প্ৰতীক মোৰ দেশ ।
             

◾মিন্টু গোৱলা ,লখিমপুৰ (কদম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)